পৃষ্ঠা:আসাম-ভূগোল.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাট-ৰাস্তা। (১) ডিব্ৰু-সদীয়৷ ৰেলওয়ে—ডিব্ৰুগড়ৰ জাহাজ- ঘাটৰে পৰা সদীয়ালৈকে চলিছে—বাটত ষ্টেচন এইবিলাক পায়। যেনে—জাহাজঘাট, ওৱকশপ, ডিব্ৰুগড়বাজাৰ, চাউলখোৱা, লাহোৱাল, ডিকম, চাবুৱা, পানীতোলা, তিনকিয়া, মাকুম জংশন, বৰহাপজান, হাঁহচৰ', ডুডুমা, তালাপ, ডাঙ্গৰী, ছৈখোৱাঘাট। ৰেলৰ বাট- - তাৰে এক শাখা মাকুম জংশনৰে পৰা লিডু ষ্টেচনলৈকে গৈছে, বাটত এই কেইটা ষ্টেচন পায়। যেনে—মাকুম জংশন, টিংৰাই, দিগ্‌ বই, পাওৱৈ, মাৰ্ঘেৰিটা, টিকক্ আৰু লিডু। (২) আসাম বেঙ্গল ৰেলওয়ে—তিনসুকিয়াৰ পৰা গুৱাহাটীলৈক হৈছে—ষ্টেচনবিলাকৰ নাম; যেনে—তিনসুকিয়া, ইটাখুলী, বৰডুবী, নাহৰকটিয়া, নামৰূপ, বৰহাট, সাপেখাঁতী, ভজো, ফৰাই, লাকুৱ৷, শিৱসাগৰৰোড, নাজিৰা, নামতি আলি, আমগুৰি, চেলেং, নকছাৰী, মৰিয়নী, তিতাবৰ,