পৃষ্ঠা:আসাম-ভূগোল.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৭১ ) শিৱসাগৰ আৰু ‘শিৱদল' ১৭২০ চনত কৰাইছিল। স্বাভাবিক বস্তু। জলপ্ৰাত—ওপৰৰ পৰা তললৈ বেগেৰে পানী বিশ্প, বেভিফিল্ড, কৰ্ণ- পৰ৷—শ্বিলঙ্গত—বীড়ন, লাইন জলপ্ৰপাত আছে। চেৰাপুঞ্জিত—মশ্মাই, এই জলপ্ৰপাতৰ বৰ ভয়ানক দৃশ্য। জুৰী বা বঝৰণ৷ (প্ৰস্ৰবণ)—মাটিৰ তলৰ ওপৰলৈ তপত পানী ওলোৱা ঘটনা। লক্ষ্মীপুৰত—বৰহাট; নগাওঁ জিলাত—চপা- পৰা নলা। নগ৷ পৰ্ব্বতত—নামবৰ, সৰু আৰু থৰ। জুৰী গোলাঘাটৰ পৰ৷ ১২ মাইল দূৰত গৰম আছে। পানী। শ্ৰীহট্ট জিলাত—ফুলতলাৰ জুৰি বিখ্যাত। আসাম দেশৰ প্ৰধান প্ৰধান নদীবিলাকৰ পাৰত থকা নগৰৰ নাম— (১) ব্ৰহ্মপুত্ৰৰ পাৰত—সদীয়া, ডিব্ৰুগড়, বিশ্ব- নাথ, তেজপুৰ, ৰঙ্গামাটি, গুৱাহাটি, পলাশ- 9