পৃষ্ঠা:আসাম-ভূগোল.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২) (৩) (৪) (৫) (৬) (৭) (৮) (৯) (১০) (১১) ( 92 ) চুকাফ৷ ৰজা আসাম দেশব আদি আহোম ৰজা। বাৰী, নগৰবেৰা, খোলাবান্ধা, দলগোমা, যোগীঘোপা, গোৱালপাড়া, বিলাসীপাড়া, ধুবুৰী। দিহিং নদীৰ পাৰত—মাৰ্ঘেৰিটা আৰু জয়- " পুৰ। ধনশিৰীৰ পাৰত—গোলাঘাট। দিখৌ নদীৰ পাৰত—শিৱসাগৰ, নাজিৰ॥ ডিচৈ বা ভোগদৈৰ পাৰত—যোৰহাট। সোবনশিৰীৰ পাৰত—গৰমুৰ, উত্তৰ লক্ষ্মী- পুৰ, গোগামুখ আৰু বেবেজীয়া। চাৰিকৰীয়া নৈৰ পাৰত-—ঢকুৱাখনা। কলঙ্গৰ পাৰত—নগাওঁ, ৰহা, কলীয়াবৰ আৰু চাপৰন্থখ। চাউলখোৱাৰ পাৰত—বৰপেটা, মইনবৰী, বালিকুছি। সুৰম৷ নদীৰ পাৰত—শ্ৰীহট্ট, সুনামগঞ্জ আৰু কাটিগড়৷ প্ৰভৃতি। বৰাক নদীৰ পাৰত—শিলচৰ, হবিগঞ্জ, বাঁশকাদী আৰু দুৰ্গাপুৰ প্ৰভৃতি।