পৃষ্ঠা:আসাম-ভূগোল.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৬৭ ) ১৮৬০ খ্ৰীষ্টাব্দব পৰা আসামত আফু খেতি ৰহিত কৰে। প্ৰধান প্ৰধান ডাকঘৰৰ নাম— শ্ৰীহট্ট, আদামপুৰ, আজমীৰগঞ্জ, বালাগঞ্জ, চান্দ- ক্ষীৰা, চান্দপৰবাগান, ছাৰখাল, চটালী, ফেঞ্চুগঞ্জ, গায়নঘাট, হাবীগঞ্জ, ইচ্ছামতী, ইটাখোলা, কালী- মৌলবীবাজাৰ, মুন্সী- ঘাট, কৰিমগঞ্জ, লাঙ্গলা, বাজাৰ, নবীগঞ্জ, পঠাৰকেন্দী, সাতগাওঁ, হুনানগঞ্জ, শ্ৰীমঙ্গল প্ৰভৃতি ১৩১ট৷ ডাকঘৰ আছে। কাছাড় জিলা। সীম৷—কাছাড় জিলাৰ উত্তৰ সীমা—নগা পৰ্ববত আৰু জয়ন্তীয়া; পূৰ্ব্ব সীম৷— মণিপুৰ; দক্ষিণ সীমা—লুচাই পৰ্ব্বত আৰু পশ্চিম সীমা শ্ৰীহট্ট জিলা। পৰিমাণ ফল—৩৫০৫ বৰ্গমাইল মাটি আছে। লোক সংখ্যা ৪৯৭৪৬৩ জন। নদী—বৰাক, ধলেশ্বৰী, সোনাই, চিৰি, বান্দ্ৰি আৰু ঝিলম প্ৰভৃতি। পৰ্ব্বত—বৰাইল, সিদ্ধেশ্বৰ, ভুবনপাহাৰ প্ৰভৃতি।