পৃষ্ঠা:আসাম-ভূগোল.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৫ ) খ্ৰীঃ ১৮২৪ চনত আসামৰ লগত বৃটিচৰ ৰণ লাগে। সুৰমা সুমা উপত্যকা। নদীৰ তীৰত থকা জিলাবিলাক শ্ৰীহট্ট বা ছিলেথ জিলা। সীমা— দক্ষিণ শ্ৰীহট্ট জিলাৰ উত্তৰ সীমা — খাচিয়া ও জয়ন্তিয়া পাহাড়; পূৰ্ব্ব সীমা—কাছাড় জিলা; সীমা—ত্ৰিপুৰা জিল৷; আৰু পশ্চিম সীম৷—মৈমন- সিংহ জিলা। 1272 পৰিমাণ ফল—৫৩৮৮ বৰ্গমাইল মাটি আছে, লোকসংখ্যা ২৪৭২৬৭১ জন। নদী—ঘাই নদী সুৰম৷ আৰু বৰাক, কৰঙ্গী, ধলেশ্বৰী, কুশিয়াৰ আৰু বগাপানী আদি সৰু বৰ বহুত নদী এই জিলাত আছে। যিল—হাকালুকি, শোণ, যুঙ্গিয়াজুৰি আদি বহুত বিল এই জিলাত আছে। পৰ্ব্বত—প্ৰতাপগড়, ইটাখোলা, বালিশিৰা ও পাথাৰিয়া প্ৰভৃতি। এই জিলাৰ সদৰ ঠাই শ্ৰীহট্ট। মৌলবীবাজাৰ, হবিগঞ্জ, সুনামগঞ্জ কৰিমগঞ্জ এই কেইটা মহকুমা।