পৃষ্ঠা:আসাম-ভূগোল.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৬৩ ) খ্ৰীঃ ১৮১৮ চনত মানে অসম দেশ ২য় বাৰ আক্ৰমণ কৰে। দক্ষিণে জিলা; পূৰ্ব্ব সীমা—পাট্‌কাই পৰ্ব্বত সাৰী; মণিপুৰ আৰু কাছাড় জিলা, পশ্চিমে নগাওঁ জিলা। পৰিমাণ ফল—এই জিলাত ৩০৭০ বৰ্গমাইল মাটি আছে। লোকসংখ্যা—১৪৯৬২৩ জন। নদী—ধনশিৰি নদীয়েই এই জিলাৰ ঘাই নদী। এই নদী নগ৷ পাহাৰৰ দক্ষিণ পূব চুকৰ পৰা ওলাই আহি শিৱসাগৰ জিলাৰ গোলাঘাট মহকুমাৰ ওচৰত ব্ৰহ্মপুত্ৰ নৈত পৰিছে। যমুনা, কলিয়নী আৰু দৈয়ং নামে আৰু তিনি- খনি সৰু নদী এই জিলাত আছে। দৈয়ং আৰু কলিয়নী আহি ধনশিৰিত পৰিছে, নগাওঁৰ ওছৰত কপিলীত পৰিছে। ইংৰাজী ১৮৬৬ চনতেই এই ঠাইতে৷ জিল৷ পাতে। কহিমা, পিফিমা, উথা, মকক্‌চাং, চামগুটিং, ডিমাপুৰ, লামডিং আদি এই জিলাৰ প্ৰধান স্থান। ইয়াতে নগাহিলৰ সদৰ ষ্টেচন—কহিমা, ডিপুটি কমিচনাৰ চাহাব বাহাদুৰ বাস কৰে। উখা