পৃষ্ঠা:আসাম-ভূগোল.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৫৯ ) ১৮২৭ খ্ৰীষ্টাব্দত আসাম দেশ ইংৰাজৰ দখল হয়। জগন্নাথবাৰী, নৰসিংহবাৰী, বঙ্কটবাৰী আৰু জৈন মন্দিৰ আছে। গোৱালপাড়৷ জিলাৰ অধীনস্থ থানাবিলাকৰ নাম— ধুবুৰী, দক্ষিণ শালমৰা, আগমনী, বিলাসীপাড়া, দুনাই, লক্ষ্মীপুৰ, উত্তৰ শালমৰা, চাপাগুৰী আৰু গোলোকগঞ্জ । ডাকঘৰবিলাকৰ না— দক্ষিণ ধুবুৰী, গোৱালপাড়া, বিলাসীপাড়া, গৌৰীপুৰ, বগৰীবাড়ী, লক্ষ্মীপুৰ, মনিকাছৰ, ফকিৰগঞ্জ, গোলোকগঞ্জ, জমাদাৰহাট পাটামাৰী, শালমৰা, শুকচৰ, ফকিৰাগ্ৰাম, গাৰু ভাষা, কছু- গাওঁ, সিদলী, আগমনী, প্ৰতাপগঞ্জী, ৰূপসী, তামাৰ- হাট, অভয়াপুৰী, আগীয়া, বিজনী, বটীয়ামাৰী, দলগোয়া, ডাম্ৰা, দৰংগিৰী, 'যোগীঘোপা, কৃষ্ণাই, উত্তৰ শালমৰা, মহেন্দ্ৰগঞ্জ, ৰৌমাৰী, ধূপধৰা, সেৰেফানগুৰি, বঙ্গাইগাওঁ, বাহুগাওঁ ইত্যাদি। গাৰোপাহাড়। এই জিলাৰ উত্তৰ সীম৷—গোৱালপাড়৷ জিল৷; পূৰ্ব্ব সীমা—খাচিয়া পৰ্ব্বত; দক্ষিণ সীমা—মৈমন-