পৃষ্ঠা:আসাম-ভূগোল.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 ) খ্ৰীঃ ১৮১৬ চনত মান আসামত পোনেই সোমায়হি। পৃথিবী একে ঠাইতে থিবহৈ থকা নাই। সি আলাসত থাকি, এটা নিৰূপিত হাঁহ কনিৰ নিচিনা ঘূৰণীয়া বাটত সদাই পশ্চিমৰ পৰা পূব মুখে ঘূৰিব লাগিছে। এই প্ৰকাৰে ঘূৰি ঘূৰি সূৰ্য্যক কৰিছে। পৃথিবীয়ে যি বাটেদি সূৰ্য্যক্ প্ৰদক্ষিণ কৰিছে, তাক কক্ষ ৰেখা বোলে। প্ৰদক্ষিণ A পৃথিবী যে ঘূৰিছে তাৰ প্ৰমাণ এই ঃ— 5 ১ম প্ৰমাণ—ৰেলত নাইবা জাহাজত উঠি যাওঁতে বোধ হয় যেন দুয়ে৷ ফালৰ গছগছনিবিলাক পিছ ফালে বেগেৰে লবি গৈছে। কিন্তু আমি যে গৈছে৷ তেনে বোধ নহয়, সেই দৰে এই পৃথিবীত থাকিও আমি সূৰ্যক হে যোৱা দেখে৷; আমি যে গৈছে৷ তাক বুজিব নোৱাৰোঁ। ২য় প্ৰমাণ—এটা ৰেবাব টেঙ্গাৰ ওপৰত এটা পৰুৱা তুলি সেই টেঙ্গাৰ মাজেদি এডাল শলা সুমু- ৱাই সেই শলাডাল দুয়ে৷ মূৰে ধৰি ঘূৰালে যেনেকৈ টেঙ্গাৰ পিঠিত থক৷ পৰুৱাই ঘূৰা৷ নুঘূৰা একো গম নেপাই তাত নিৰ্ভয় মনেৰে ভ্ৰমণ কৰে; সেই দৰে আমিও এই ডাঙ্গৰ পৃথিবীত থাকি ইফাল সিফাল