পৃষ্ঠা:আসাম-ভূগোল.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 49 ) কছাৰি নৃপতিক ভীমৰ বংশ বোলে। গোৱালপাড়াতেই আছিল। পূৰ্ব্বে গোৱালপাড়া জিলাৰ সদৰ ঠাই নিজ ই° ১৮৭৯ চনত তাৰ- এতিয়া পৰা জিল৷ উঠাই নি ধুবুৰীত পাতেগৈ; ধুবুৰীয়েই সদৰ ঠাই আৰু তাতে জিলাৰ ডেপুটি নিজ কমিচনাৰ চাহাচ বাহাদুৰ বাস কৰে। আছে। এজন গোৱালপাড়াত মহকুমা বিচাৰক হাকিম থাকে। গোৱালপাড়া, বগৰীবাড়ী, গৌৰীপুৰ, ৰূপ্‌দী, খাগড়াবাড়ী, আগমনী, পাঠামাৰী, বিলাসীপাড়া, দতমা, সিদলী, ডুমুৰিয়া, কাবাইটৰী, উত্তৰ শালমৰা, দক্ষিণ শালমৰা, দৰংগিৰি, ৰংজুলী, ধূপধৰা, ডোবা- পাড়া, যোগীঘোপা, লক্ষ্মীপুৰ, জমাদাৰহাট, আগিয়া, কৃষ্ণাই, গোলোকগঞ্জ আদি ঠাই প্ৰসিদ্ধ। এই জিলাত শাল কাঠৰ কাৰবাৰ খুব ধূম- ধামেৰে চলিছে, তাৰ বাহিৰেও কপাহ, তুলা, সৰিয়হ, লা, মৰাপাট আৰু ধানৰ বেপাৰ চলে। এই জিলাৰ ভাষা মিহলি—মানুহ বিলাকে ঘৰত বঙ্গল৷ আৰু অসমীয়া মিহলি কথা কয়, কিন্তু স্কুল কছাৰি আদিত কেৱল বঙ্গলা ভাষা চলে। এতিয়া