পৃষ্ঠা:আসাম-ভূগোল.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(**) সুৰমা নদীৰ নাম অনুসৰি এই উপত্যকাৰ নাম সুৰনা হৈছে। আৰু সেইবোৰ বস্তু বিক্ৰিৰ নিমিত্তে নানা ঠাইলৈ পঠোৱা হয়। কামৰূপ জিলাৰ অধিনত থকা থানাবিলাকৰ নাম— গৌহাটী, ভৰলুমুখ, লতাশীল, সোণাপুৰ, ছয়- গাওঁ, পলাশবাৰী, বকো, নলবাড়ী, হাজো, বৰমা, ৰঙ্গিয়া, তাম্বুলপুৰ, কমলপুৰ, বড়পেটা, ৰহা, বজালী। ডাকঘৰবিলাকৰ নাম— গৌহাটী, বড়পেটা, নেলী, পলাশবাড়ী, সোণা- পুৰ, আমীনগাওঁ, বৰমা, বেলশৰ, চাপৰমুখ, হাজো, কামাখ্যা পৰ্ব্বত, কামৰূপ, কঠিয়াতলী, মাণ্ডাকাটা; জাগীৰোড, উত্তৰ গুৱাহাটি, ৰণাকুছি, ৰঙ্গিয়া, শোৱাঁলকুছি, তাম্বুলপুৰ, ভবানীপুৰ, চক্‌চকা, ছেঙ্গী, যোগদলা, পাতাচাৰকুছি, বকো, ছয়গাওঁ, লোহাৰঘাট, সৰভোগ, বাইহাটা, নলবাড়ী আৰু টিহু।