পৃষ্ঠা:আসাম-ভূগোল.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৫২ ) ১৯০৫ চনৰ ১৬ অক্টোবৰৰ পৰা পূৰ্ব্ববঙ্গ ও আসাম নাম দিছিল। ডাকঘৰবিলাকৰ নাম- নগাওঁ, লাৰ্ডিং, মেছা, ৰহা, সালনা, শীলঘাট, চপানলা, ধীং, পুৰুণীগুদাম, চামগুৰী, যমুনামুখ, জালুগুটী, জখলাবন্ধা, কুৱৰীটোল। কামৰূপ— কামৰূপ জিলাৰ উত্তৰ সীমা—ভোটৰ পৰ্ব্বত; পূৰ্ব্ব সীমা—দৰং আৰু নগাওঁ জিলা; দক্ষিণ সীম৷—খাচিয়া পৰ্ব্বত আৰু পশ্চিম সীমা—গোৱাল- পাড়া জিলা। এই জিলাত ৩৮-৫৮ বৰ্গমাইল মাটি আছে। লোক সংখ্যা ৬৬৭৮ জন। কামৰূপ জিল৷ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে। গুৱা- হাটী বৰপেটা, হাজো, কামাখ্যা, ৰামদিয়া, নলবাৰী, লুকী, পলাশবাৰী, ৰঙ্গীয়া, বেলতলা, সৰ্থেবাৰী, বহুগাওঁ, তাম্বুলপুৰ, কমলপুৰ, শোৱালকুছি ও দেওৱানগিৰি আদি ঠাই প্ৰসিদ্ধ। কামৰূপ অতি প্ৰাচীনকালৰে পৰ৷ নান৷ কাৰণে বিখ্যাত স্থান। ইয়াৰ প্ৰাচীন সীমা—পূৰ্ব্বে