পৃষ্ঠা:আসাম-ভূগোল.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৪৬ ) ১৮৫৭ খ্ৰীঃ মণিৰাম দেৱানৰ ফাঁচী হয়। শিৱসাগৰ জিলাৰ অধীনত থক৷ ডাকঘৰ- বিলাকৰ নাম— গোলাঘাটৰ ফালে— গোলাঘাট, বৰুৱাগাওঁ, গণকপুখুৰী, ওয়াটিং, বাহুলীপাৰ, কাজিৰঙ্গ৷ বোকাখাট, বৰজান, ধন- শিৰীমুখ, ডিমাপুৰ, বৰপথাৰ, নীচুগাৰ্ড, চকলাটেঙ্গ, হুমলীগড়, গটঙ্গা, ধলৰসত্ৰ, লেটেকুজান, মহিমা, নেঘেৰিটিং আৰু আহতগুৰি। যোৰহাটৰ ফালে— যোৰহাট, চেনিমৰা, মৰিয়ণী, আমগুৰী, মেলেং, নকছাৰী, চেলেং, চাওয়াট, টিয়ক, ৰঙ্গাজান, তিতা- বৰ, আউনীআটিসত্ৰ, কমলাবাড়ী, ককিলামুখ আৰু দক্ষিণপাটসত্ৰ। শিৱসাগৰৰ ফালে— - শিৱসাগৰ, নামতীদল, টিফুক, গেলেকী, ডিখৌমুখ, গৌৰীসাগৰ, মাজুলী, ডিচাংমুখ, লাকুৱা, মৰাণ, নাজিৰা, ৰাজমাই, সোনাৰী, সাই, হল- গুৰি, বিহুবৰ প্ৰভৃতি ৫০টা মান ডাকঘৰ আছে।