পৃষ্ঠা:আসাম-ভূগোল.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শিৱসাগৰ জিলা। সীম— শিৱসাগৰ জিলাৰ উত্তৰ সীম — ব্ৰহ্মপুত্ৰ নদী আৰু বুঢ়ী ডিহীং নদী; দক্ষিণ সীমা — নগাপাহাৰ, পূবসীমা—লক্ষ্মীপুৰ জিলা; পশ্চিম সীমা—নগাওঁ জিল॥ পৰিমাণ ফল আৰু লোক সংখ্যা। শিৱসাগৰ জিলাত ৪৯৯৬ বৰ্গমাইল মাটি আছে। লোক সংখ্য। ৬৯০২৯৯ জন। পৰ্ব্বত। শিৱসাগৰ জিলাত—পাটকাই পৰ্ব্বত, চৰাইদেও পৰ্ব্বত, টাব্লুঙ্গ পৰ্ব্বত, লাখুটি পৰ্ব্বত, নামচাং পাহাৰ প্ৰভৃতি আৰু সৰু বৰ পৰ্ব্বত অনেক আছে। হ্ৰদ বা বিল। শিৱসাগৰ জিলাত ডাঙ্গৰ বিল প্ৰায় নাই, কিন্তু এই জিলাত আসামৰ পূৰ্ব্বৰ ৰজা সকলৰ খনোৱ৷