সমললৈ যাওক

পৃষ্ঠা:আসাম-ভূগোল.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৩৬)

আমাৰ ৰজাৰ নাম পঞ্চম জৰ্জ।


ডাকঘৰবিলাকৰ নাম।

 ডিব্ৰুগড়, বৰবৰুৱা, দিহিংমুখ, ধেমাজী, জকাই, মাকুম জংশন, চিচি, বৰহাফজান, ডিগবই, চাবুয়া, ডিকম, ডুমডুমা, জয়পুৰ নামৰূপ, টিংখাং, খোৱাং, লাহোয়াল।

 মাৰ্ঘেৰিটা, পানিতোলা, ৰঙ্গাগড়৷ ৰিহাবাড়ী, সদীয়া, জাহাজঘাট, তালাপ, তিনচুকীয়া, হুগ্ৰাজান, টেঙ্গাখাট।

 উত্তৰ লক্ষ্মীপুৰৰ অঞ্চলত—  বদতি, বড়দলনী, ঢকুৱাখনা, ডিক্ৰং, লালুক, বিহপুৰীয়া, পথালিপাম, চিলনীবাড়ী। লক্ষ্মীপুৰ জিলাৰ অধীনত মুঠ এই ৩৫টা ডাক- ঘৰ আছে।