পৃষ্ঠা:আসাম-ভূগোল.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৩৫ ) বৰ্ত্তমান সম্ৰাট্ এডওৱাৰ্ডৰ দ্বিতীয় পুত্ৰ। লাগে, বিদ্যাৰ বলত সংসাৰত নো কি কাম হব নোৱাৰে। ৪২৩৪/অ জয়পুৰতে৷ পূৰ্ব্বে এখনী মহকুমা আছিল, এতিয়৷ তাত কেৱল এখন থানা আৰু ডাকঘৰ মাত্ৰ আছে। জয়পুৰেই লক্ষ্মীপুৰ আৰু শিৱসাগৰ জিলাৰ মাজ ঠাই। ২১৮০fতা: ডিব্ৰুগড়ৰে পৰা লাহোয়াল, মদাৰখাট, টেঙ্গা- খাট, খেৰেমীয়৷ আদি ঠাইৰ মাজেদি জয়পুৰলৈকে এটি ডাঙ্গৰ আলিবাট (ট্ৰাঙ্কৰোড) আছে। সেই আলিয়েই শিৱসাগৰ জিলাত ওলাইছে গৈ। ডিব্ৰু- গড়ৰ পৰ৷ সদীয়ালৈকে সেই দৰে এটি ডাঙ্গব আৰু আগৰ ৰজ৷ দিনৰ প্ৰাচীন আলিবাট আছে। সেই দৰে উত্তৰ পাৰেও দীঘলীয়া আলিবাট আছে। নাৰায়ণপুৰ, কাঠনী, কুমাৰগাঁও আদি ঠাইবিলাকৰ মাজে মাজেও আলিবাট আছে। লক্ষ্মীপুৰ জিলাৰ অধীনত থক৷ থানাবিলাকৰ নাম—ডিব্ৰুগড়, কঠালগুৰী, ডুমডুমা, সদীয়া, মাৰ্ঘে- ৰিটা, জয়পুৰ, মৰাণ বজাৰ, তিনচুকীয়া, উত্তৰ লক্ষ্মীপুৰ আৰু ঢকুৱাখনা। 8