পৃষ্ঠা:আসাম-ভূগোল.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৩৩ ) ১৮৭৪ চনৰ পৰা আসাম দেশত চীফ কমিশুনাৰ বহে। চাহাব বাহাদুৰ থাকে, তেওঁৰ তলতে আৰু ৩।৪ জন হাকিম আছে। ৰেল জাহাজৰ স্থচল বাবেই ইয়াত সকলে৷ ৰকম কাৰবাৰ চলে, ইয়াত অনেক বিদেশী লোক আছেছি। ডিব্ৰুগড়ৰ পৰা সদীয়ালৈ যাবলৈ হলে ৰেলেৰে গলে বাটত লাহোয়াল, ডিকম, চাবুয়া, পানীতোলা, তিনচুকীয়া, মাকুম, জংশন, ছোটহাফজান, বৰ- হাফজান, হাঁহচৰা, ডুডুমা, তালাপ, ডাঙ্গৰী আৰু আৰু চৈখোৱ৷ ষ্টেচন পায়, চৈখোৱাৰ পৰা সিফাললৈ ৰেল নেযায়। দুই মাইল বাট খোজ কাঢ়ি সদীয়ালৈ যাব লাগে, আসাম বেঙ্গল ৰেল . তিনচুকীয়াত ডিব্ৰু-সদীয়া ৰেলৰ লগত যোগ হৈছে; 'সেই ফালে ভাটিলৈ যাবলৈ বৰ স্থচল হৈছে। খোয়াং, বৰবৰুৱা, লাহোয়াল, টেঙ্গাখাট আদি ঠাইত আৰু ৰেলৰ ষ্টেচনবিলাকত ডাকঘৰ আছে। মাৰ্ঘেৰিট৷ আজি কালিৰ এখন প্ৰধাৰ ঠাই হৈছে, এই নগৰ ডিহিং নৈৰ পাৰত, ৰেল কোম্পা- মাইল দূৰৈত লিডু, নীৰ প্ৰধান ঠাই, তাৰ পৰা টিকক্ আৰু ৰাং ৰিং পৰ্ব্বত; এইবিলাক পৰ্ব্বতব