পৃষ্ঠা:আসাম-ভূগোল.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ২৮ ) বাজদ্ৰোহী বিষয়া সকলক শালত দিয়াৰ বাবে শালমব|মুখ বোলে। পাৰত জয়পুৰ, খোয়াঙ্গ আৰু মাৰ্ঘেৰিটা নগৰ। ইয়াৰ বাহিৰেও ৰঙ্গানৈ, চাৰিকৰিয়া, সান্দিৰী, ঢলনৈ, খাগৰ আদি নদী উত্তৰ লক্ষ্মীপুৰ মহকুমাত আছে। ডিব্ৰুগড় অঞ্চলৰ ঘাই নৈ। কুণ্ডিলপানী, দিবাংনদী, দিহাংনদী, এই কেই- খনি মিচিমি পৰ্ব্বতৰ পৰা ওলাই সদীয়াৰ ওচৰত ব্ৰহ্মপুত্ৰত পৰিছে। ● কুণ্ডিলপানী নদীৰ পাৰতে সুপ্ৰসিদ্ধ সদীয়৷ নগৰ। ন দিহিং—খামতি পাহাড়ৰ পৰ৷ ওলাই আহি লক্ষ্মীপুৰ জিলাৰ পূৰ্বৰ্ব্ব সীমায় দি বৈ গৈ। ব্ৰহ্মপুত্ৰত পৰিছে। লুইত নদী বা খেৰকটিয়৷ সূঁতী—এই নদী ব্ৰহ্মপুত্ৰৰে এট৷ শাখা মাত্ৰ। দিহিঙ্গৰ নামনীত যাই নৈৰ পৰা ফাটি আহি আহতগুৰিৰ অলপ ওপৰে আকৌ একেলগ হৈছে। ডিব্ৰু নদী এই উপনদী মেখেলা হেৰুৱা