পৃষ্ঠা:আসাম-ভূগোল.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ২৪ ) অহম্ শব্দৰ পৰা আসামৰো নাম হৈছে। গোটাদিয়েক ডাঙ্গৰ ডাঙ্গৰ পৰ্বতৰ ওখৰ পৰিমাণ। ১। শ্বিলং পাহাৰ—আসাম দেশৰ সকলো পাহা- ৰতকৈ ওখ, ইয়াৰ প্ৰধান শৃঙ্গ ৬৪৪৯ ফুট ওখ। কাছাৰ জিলাত—বাৰাইল পৰ্ববত ৬০০০ ফুট ৩। টুৰা পাহাৰ —৪৫০০ ফুট ওখ। নগ৷ পৰ্ব্বতৰ—ৰেঙ্গমা ৩০০০ ফুট ওখ। ৫। কামৰূপৰ—মিকিৰ পৰ্ব্বত ৩২০০ ফুট ওখ। 81