পৃষ্ঠা:আসাম-ভূগোল.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ২৩ ) আসামৰ ভিতৰ দুটা মাজুলী আছে। গোৱালপাড়া জিলাত—পঞ্চৰত্ন গোৱালপাড়া, ৰাক্ষ- সিনী, টুক্ৰেশ্বৰী, যোগীঘোপা, পাগলাৰ টেক, ভৈৰবচূড়া, অজগৰ, নন্দেশ্বৰ, হলৌকন্দা, ভূমেশ্বৰ, শালমৰা, চক্ৰ- শিলা, মহামায়া আৰু মেছপাড়া প্ৰভৃতি পৰ্ব্বত। ছিলেট্ জিলাত ৰঘুনন্দন, প্ৰতাপগড়, সিদ্ধেশ্বৰ, ভানুগাছা, পাথাৰিয়া, চাউতলী, ৰাজ- কান্দী,ইটাখোলা, প্ৰভৃতি পৰ্ব্বত। কাছাৰ জিলাত—সাৰাইল, বেঙটীপাহাড়, লুচাই, ভুবন, টিলাইন, জুগাং প্ৰভৃতি পৰ্ব্বত। গাৰো পাহাৰ জিলাত—টুৰা পৰ্ব্বতশ্ৰেণী, আৰবেলা পৰ্ব্বত। নগ৷ পাহাৰ জিলাত—নগা, ৰেঙ্গমা, বাৰেল পৰ্ব্বত। খাচিয়া জয়ন্তিয়া পাহাৰ জিলাত—শ্বিলঙ্গ, বাপ্‌ লেঙ্গ, কাইলেঙ্গ, ছেপেট্‌বাইলেঙ্গ, লাইট- তেৰা আৰু খাচিয়া পৰ্ব্বত শ্ৰেণী, চেৰাপুঞ্জী।