পৃষ্ঠা:আসাম-ভূগোল.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯) মণিৰাম দেওয়ানে প্ৰথমেই আসামত চাহ উলিয়ায়। গভৰ্ণৰ সাহাব বাহাদুৰ দেশৰ সৰ্ব্বময় কৰ্ত্তা। তেখেত শ্বিলঙ্গত থাকে, অতএব এই শিলঙ্গেই আসাম দেশৰ ৰাজধানী, দুই বিভাগৰ ঘাই বিষয়া যেনে দুজন কমিশ্যনাৰ, সেই দৰে শিক্ষা-বিভাগৰ স্কুলবোৰৰ পৰিদৰ্শক ইনিস্পেক্টৰ দুজনা, এজন! শ্ৰীহট্টত থাকে এজন৷ যোৰহাটত থাকে। 4 তেওঁবিলাকৰ ওপৰতে মহামান্য ডাইৰেক্তৰ সাহাব বাহাদুৰে শিক্ষা-বিভাগৰ ঘাই গৰাকী হৈ কাম চলায়, তেওঁ শ্বিলঙ্গত থাকে। কমিশ্যনাৰ সকলৰ তলতে জিলায় জিলায় ডেপুটী কমিশ্যনাৰ, এচিষ্টেণ্ট কমিশ্যনাৰ, ডেপুটী ম্যাজিষ্ট্ৰেট আৰু ডেপুটী কলেক্টৰ ( একৃষ্ট্ৰ৷ এচিষ্টেণ্ট কমিশ্যনাৰ ) আছে। 1 ৰাজকীয় বিভাগ। আসাম প্ৰদেশ ১৮২৬ চনত ইংৰাজ গভৰ্ণমেণ্টৰ অধীনলৈ আঁহে; তেতিয়াৰে পৰা ১৮৭৩ চনলৈকে