পৃষ্ঠা:আসাম-ভূগোল.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ ) সগৰ ৰজাৰ নামে সাগৰ হৈছে। আপীল বিচাৰৰ নিমিত্তে দুজন জজ সাহাব আছে। এজন৷ গুৱাহাটিত আৰু এজন! ছিলট জিলাত থাকে। আসামত কমিশ্যনৰী বিভাগ দুটা—(১) আসাম বা ব্ৰহ্মপুত্ৰ উপত্যকা, (২) পৰ্বৰ্ব্বতীয়৷ আৰু স্থৰম| উপত্যকা। ব্ৰহ্মপুত্ৰ উপত্যকাৰ কমিশ্যনাৰৰ অধীনত ৮ খন আৰু পৰ্ব্বতীয়৷ ও সুৰম৷ উপত্যকাৰ কমিশ্যনাৰৰ অধীনত ৫ খন জিলা। যেনে—(১) উত্তৰ-পূৰ্ব্ব সীমান্ত জিলা, লক্ষ্মী- পুৰ, শিৱসাগৰ, দৰঙ্গ, নগাওঁ, কামৰূপ, গোৱাল- পাড়া, গাৰোপাহাৰ। এই ৮খন জিল এজনৰ অধীনত। (২) খাসিয়া, জয়ন্তিয়', নগাপাহাৰ, লুচাই, ছিলঠ ও কাছাৰ। এই ৫ খন আন জনৰ অধীনত। শাসন বিভাগৰ ওপৰতে৷ দুজনা কমিশ্যনাৰ থাকে, এজন আসাম উপত্যকাৰ নিমিত্তে আৰু • এজন৷ স্থৰম৷ উপত্যক৷ আৰু পৰ্ব্বতীয়া জিলা- বিলাকৰ নিমিত্তে, এওঁবিলাক মহামান্য গবৰ্ণৰ সাহাব বাহাদুৰৰ তলতে প্ৰধান বিষয়। মহামান্য D