পৃষ্ঠা:আসাম-ভূগোল.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 20 ) জালভাবাৰ ৩ মাইল অন্তৰত সুপ্ৰসিদ্ধ বাস্তুদেৰ স্থান আছে। প্ৰায় ৪৭ বছৰ কাল বাঙ্গালা গৱৰ্ণমেণ্টৰ অধীনত আছিল, পাচত ১৮৭৪ চনৰ ফেব্ৰুৱাৰী মাহত বঙ্গলা কমিশ্যনাৰৰপৰ৷ খাবিজ কৰি আনি এজনা চীফ কমিশ্যনাৰৰ তলত ৰাখে। তেতিয়াৰে পৰা ১৯০৫ চনৰ ১৫ অক্টোবৰ পৰ্য্যন্ত প্ৰায় ৩১ কমিশ্যনাৰৰ অধীনতে থাকে। বছৰ চীফ ১৯০৫ চনৰ ১৬ অক্টোবৰৰ পৰ৷ বাঙ্গাল৷ দেশৰ পৰা ১৫ খন জিলা বেলেগাই আনি আসাম দেশৰ লগত জাঁপি দিছিল। F C পুনৰায় ১৯১২ চনৰ ১ এপ্ৰেলৰ পৰা চীফ কমিশ্যনাৰৰ অধীনলৈ দিলে আৰু ৰাজধানী পূৰ্বৰ দৰে শ্বিলঙ্গতে ৰাখিলে, ৰাজকাৰ্য্যৰ সহায়ৰ নিমিত্তে এওঁৰ লগত এখন সভ৷ দিছে। এই সভাক লেজিচ- লেটিভ কাউন্‌চিল বোলে। আসাম দেশৰ নিমিত্তে আইন-কানুন আদি তৈয়াৰ কৰ৷ আৰু ৰাজ- নৈতিক বিষয়াদিৰ আলোচন৷ কৰ৷ এই সভাৰ কাৰ্য্য। আসাম প্ৰদেশৰ জিল৷ আৰু প্ৰতি জিলাৰ সদৰ ঠাই আৰু মহকুম৷ ( জিলা খণ্ড ) বিলাকৰ নাম।