পৃষ্ঠা:আসাম-ভূগোল.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৩ ) জয়মতী কুৱঁৰী ৰূদ্ৰসিং ≤স্বৰ্গদেৱৰ মাক আছিল। ৰী.. "একোটাক ধাপলিকা পৰ্বৰ্ব্বত বোলে। যেনে- 'গাভৰু পৰ্ব্বত। it KRY সৰ্ব্বতৰ আগ ডোখৰক টিং বা শিখৰ বোলে। পৰ্বৰ্ব্বত সৰু হলে তাক পাহৰি বোলে। যেনে—নগা- পাহাৰ, উত্তৰ লুচাই পাহাৰ, গাৰো পাহাৰ ইত্যাদি। গিৰিসঙ্কট—পৰ্ববতৰ যি ছাপৰ বাটেদি মানুহ অহা-যোৱা কৰে, তাক গিৰিসঙ্কট বা পৰ্ব্বতীয়া বাট বোলে। যেনে—বোলান পাচ, খাইবাৰ পাচ ইইত্যাদি। 1- আগ্নেয় পৰ্ব্বত—যি পৰ্ব্বতৰ পৰা ধোঁৱা, জুই, দ্ৰৱধাতু, ছাই আদি বস্তুবোৰ ওলায়, তাক জ্বালামুখ বা আগ্নেয় পৰ্ব্বত বোলে। যেনে—এটনা, বিচুৰিয়চ্ ইত্যাদি। T'. উপত্যকা—দুশাৰী পৰ্ব্বতৰ মাজত থকা সমান ঠাইক উপত্যক৷ ভূমি বা ভৈয়াম বোলে। যেনে-- ও আসাম বা ব্ৰহ্মপুত্ৰ উপত্যকা, স্থৰমা উপত্যকা ল ইত্যাদি। অধিত্যক৷—পৰ্ব্বতবিলাকৰ ওপৰত থকা সমান

  • ঠাইক অধিত্যক৷ বোলে।