পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৭
সেৱা-সমিতি


 আনটোৱে ক'লে, “ৰায় চাহাব যে কেনে বিধৰ মানুহ তাক নো কেনেকৈ জানিলা! কি জানি তেৱে। একে গুৰু ঘৰৰে ভকত।”
 মাধৱে বুজিলে, তেওঁৰ বিষয়েই এই আলোচনা আৰু শেহৰ কথাষাৰত প্ৰতিমাৰ বিষয়েও ইঙ্গিত আছে।