পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২ ] পূৰ্বে ভৰত নামেৰে এজন প্ৰবল পৰাক্ৰমী সম্ৰাট আছিল। তেওঁৰ নাম অনুসৰি আমাৰ দেশৰ নাম ভাৰতবৰ্ষ হল। বৰ্ষ কথা আষাৰৰ অৰ্থ দেশ। ভাৰতবৰ্ষৰ অৰ্থ সম্ৰাট ভৰতে শাসন কৰা দেশ। ভাৰতবৰ্ষৰ পূব ফালে অসম প্ৰদেশ। অসম প্ৰদেশ পাৰ হৈ পূবলৈ গলে মানৰ এই দেশক ব্ৰহম দেশ পোৱ৷ যাব। দেশে৷ বোলে। দ্বিতীয় পাঠ ı আমাৰ দেশ (২) দ+ব=দ্ব, দ্বিতীয় ত+ত=ত্ত, উত্তৰ ঙ+গ=ঙ্গ, শৃঙ্গ আমাৰ দেশৰ উত্তৰ ফালে হিমালয় পৰ্বত। হিম অৰ্থ বৰফ ব৷ পানী চেঁচা