এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
[৩]
হৈ হোৱ৷ শিল। আলয় অৰ্থ ঘৰ বা
থকা ঠাই। এতেকে হিমালয় অৰ্থ হিম
থকা ঠাই। এই পৰ্বতৰ ওপৰত বাৰেও
মাহ হিম থাকে দেখি ইয়াক হিমালয়
পৰ্বত বোলে।
হিমালয় বৰ ওখ পৰ্বত। ইয়াৰ কেইটামান শৃঙ্গ প্ৰায় পাঁচ মাইল ওখ সমান ওখ ওখ পৰ্বত আছে। ইয়াৰ পৃথিবীত আৰু নাই। হিমালয়ত নানা প্ৰকাৰ পশু-পক্ষী আৰু হৰেক ৰকমৰ গছ- ইয়াৰ ভিতৰত নানা গছনি আছে। প্ৰকাৰ বহু-মূলীয়৷ ধাতুৰ খনিও পোৱা যায়। উত্তৰৰ ফালে হিমালয়ে আমাৰ দেশ খন ৰক্ষা কৰি আছে। ই ইমান ওখ আৰু চেঁচা যে উত্তৰৰ ফালৰপৰা আমাৰ দেশ আক্ৰমণ কৰা বৰ টান।