পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰথম পাঠ 1 আমাৰ দেশ। (S) ←+ষ=-ৰ্ষ, বৰ্ষ ৰ+ব=ব, পৰ্বত ৰ+থ=ৰ্থ, অৰ্থ প+ৰ=প্ৰ, প্ৰদেশ ক+ৰ=ক্ৰ, পৰাক্ৰম ম+ৰ=ম্ৰ, সম্ৰাট আমি পঢ়ি অহ৷ আদি পাঠত কৈ আহিছে৷ যে আমি এতিয়৷ আমাৰ দেশৰ কথ৷ পঢ়িম। আমাৰ দেশ-খনৰ নাম ভাৰতবৰ্ষ। ভাৰতবৰ্ষ বৰ ডাঙৰ দেশ। তাসম-খন ভাৰতবৰ্ষৰ এটা ভাগ! দেশৰ এনেকুৱ৷ ভাগক প্ৰদেশ বোলা হয়। অসমখন এখন প্ৰদেশ হে। পাছে বহু দিন সুকীয়৷ দেশ হৈ আছিল দেখি আমি অসমখনকে৷ দেশ বোলে॥