পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ১ ] হোৱ৷ তেতিয়াৰপৰ৷ আমাৰ দেশত তিমান যুজ-বাগৰ অত্যাচাৰ অনাচাৰ নাই। বেহা-বেপাৰ আদিতে৷ কিছু উন্নতি হৈছে। কিন্তু আমাৰ বেহা-বেপাৰ বিদেশীৰ হাতত। এতিয়৷ অসমীয়৷ মানুহে পৰিশ্ৰম কৰি ধন উপাৰ্জন কৰিব লাগে, বেহা-বেপাৰ ভালকৈ পাতিব লাগে, প্ৰতি ক্ষণতে এবিধ নে এবিধ কাম কৰিব লাগে, নিজৰ মাজত হিংস| কুচুত এৰিব লাগে। তেহে আমি বলী ধনী আৰু সুখী জাতি হম। FORMERCA