পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[>] আহোম-বিলাকে যেতিয়া উজনি অসমত ৰজা হয়, সেই সময়ত ভাটী অঞ্চলত কোচ আৰু ভূঞাৰ ৰাজ্য আছিল। মাজ ভাগত কছাৰী-বিলাক বজ৷ আছিল। আহোম ৰজাসকলৰ ভিতৰত ৰুদ্ৰসিংহ আৰু কোচ ৰজাসকলৰ মাজত নৰনাৰায়ণ সৰ্বপ্ৰধান ৰজা আছিল! এতিয়াৰপৰ৷ ছকুৰি বছৰমান আগতে মান-বিলাকে আমাৰ দেশত অত্যাচাৰ কৰে। আহোম ৰজাৰ দুজন৷ ডাঙৰ বিষয়াৰ ভিতৰত বিবাদৰ ফলত হে মান আমাৰ দেশলৈ আহিবলৈ পালে। মানৰ এতিয়াও মানুহে দিনৰ কথা পাহৰ৷ নাই। আমাৰ আমাৰ (5) সেই সময়ত বঙ্গদেশ ইংৰাজৰ অধীন আছিল। দেশ অধিকাৰ কৰি লয়। ইংৰাজে মানৰ পৰ৷ আমাৰ