পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষষ্ট পাঠ ষ + ঠ =ষ্ঠ, ষষ্ঠম ত+ৰ=ত্ৰ, ত্ৰিশ ঞ + চ = ঞ্চ, পঞ্চাচ ঙ+ক =ঙ্ক, অঙ্ক ল+ল=ল্ল, চল্লিশ ষ্ট, ঙ্ক, ত্ৰ, ল্ল, আমি অলপ অলপ পঢ়৷ শিকিলে॥ আখৰে৷ লিখিব পৰা হলো। এতিয়া আমি অংক শিকিব লাগে। ‘অংক’ এই দৰে নিলিখি ‘অঙ্ক’ এইদৰে লিখিলেও হয়। আচলতে তোমালোক সকলোৱে অংক জানা। জানা যে এই কথা কিজানি গমিহে চোৱা নাই। ঞ্চ, স্কু স্কু