পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৯] আছিল। এতিয়াও ৰংপুৰ কোচ-বিহাৰ আদি ঠাইত অসমীয়৷ মাত-কথ৷ সাজ-পাৰ খোৱা-বোৱাৰ চিন আছে। প্ৰায় চৈধ্যশ বছৰৰ পূৰ্বে কুমাৰ ভাস্কৰ বৰ্ম৷ নামেৰে এজন প্ৰতাপী ৰজাই আমাৰ দেশত ৰাজত্ব কৰিছিল। তেওঁ ৰজা হোৱাৰ দুশ বছৰমান পাছত শ্ৰীহৰ্ষদেৱ নামে এজন আমাৰ দেশৰ ৰজ৷ হৈছিল। তেওঁ বঙ্গদেশৰ উপৰিও উৰিষ্য৷ দেশখনকে৷ তেওঁৰ অধীন কৰিছিল। তেওঁৰ কন্য৷ এগ- ৰাকীক নেপালৰ ৰজাৰ লগত বিয়৷ দিছিল। ইয়াৰ কেইশ-মান কেইশ-মান বছৰৰ বছৰৰ পাছত আহোম-বিলাকে উজনি অঞ্চল অধিকাৰ কৰে। আহোম-বিলাক আগত ব্ৰহম দেশৰ মানুহ আছিল। এওঁবিলাকে আমাৰ দেশত দুশ বছৰ ৰাজত্ব কৰে।