পৃষ্ঠা:আদিপাঠ- প্ৰথম ভাগ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৫]

 

মোক নালাগে

মোক আম লাগে।
মোক আম নালাগে।
মোক পানী লাগে।
মোক পানী নালাগে।
মোক ভাত লাগে।
মোক ভাত নালাগে।
মোক মাছ লাগে।
মোক মাছ নালাগে।
মোক কল লাগে।
মোক কল নালাগে।
মোক পিঠা লাগে।
মোক পিঠা নালাগে।