পৃষ্ঠা:আদিপাঠ- প্ৰথম ভাগ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৪]

 

আমাক লাগে

আমাক আম লাগে।
আমাক পানী লাগে।
আমাক মাছ লাগে।
আমাক ভাত লাগে।
আমাক কল লাগে।
আমাক পিঠা লাগে।
আমাক চাহ লাগে।
আমাক জাম লাগে।