পৃষ্ঠা:আদিপাঠ- প্ৰথম ভাগ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৬]

 

তোমাক লাগে নেকি?

তোমাক ভাত লাগে নে?
মোক ভাত নালাগে।
তোমাক কি লাগে?
মোক পানী লাগে।
তোমাক পিঠা লাগে নেকি?
নালাগে। মোক চাহ-পানী লাগে।
তোমাক কল লাগে নে?
লাগে। মোক কল লাগে।
আমাক ভাত-মাছ লাগে।
তোমাক কল-পিঠা লাগে নে?
লাগে। মই কল-পিঠা খাম।