পৃষ্ঠা:আদিপাঠ- প্ৰথম ভাগ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৩]
মই

মই আম খাম।

মই পানী খাম।

মই মাছ খাম।

মই ভাত খাম।

মই কল খাম।

মই পিঠা খাম।

মই পঠা খাম।

মই চাহ খাম।

মই জাম খাম।