পৃষ্ঠা:আদিপাঠ- প্ৰথম ভাগ.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[২]
 

 আমি

আমি আম খাম

 

আমি পানী খাম
আমি ভাত খাম

 

আমি কল খাম

 

আমি পঠা খাম
আমি পিঠা খাম

 

আমি চাহ খাম