পৃষ্ঠা:আদিপাঠ- প্ৰথম ভাগ.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[২০]

 কালি তোমালোকে কিমান কিতাপ পঢ়িলা?

 আমি বহুতো পঢ়িলো। আজি আমনি লাগিছে।

 ইমান সোনকালে আমনি লাগে নে? তেনেহলে তিনিমাহতে শিকিবা কেনেকৈ? আপুনি শিকালেই পাৰিম। ধনীৰাম ফাজিল। সি এনেয়েহে আমনি লগা বুলি কৈছে।