পৃষ্ঠা:আদিপাঠ- প্ৰথম ভাগ.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[২১]

তাৰো শিকিবৰ মন আছে। ভিতৰি সি বৰ টেঙৰ।

 বাৰু, তেনেহলে শিকাওক। মই তোমালোকক শিকাবলৈ আমনি পোৱা নাই। মাজে মাজে দুই এটা ফাজিল কথা কলেও বেয়া নাপাও। ছাতৰে পঢ়ি-শুনি জনা-বুজা হলে শিক্ষকৰ মনত ৰং।