পৃষ্ঠা:আদিপাঠ- প্ৰথম ভাগ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১৭]

লোণ, সূতা, কাপোৰ, খেতিৰ সঁজুলি কিনো।

 আমাৰ বাৰীত পাণ-তামোল, আম কঠাল—এইবোৰ আছে।

 বাৰীত এটা পুখুৰীও আছে। তাৰে পৰা পানী খাওঁ। তাত মাছো আছে।

 আমি আমাৰ খেতিৰ পৰাই সুখত খাই-বই থাকিব পাৰো।

 এতিয়া লেখা-পঢ়া শিকিছোঁ। লেখা পঢ়া শিকি জন-বুজা হলে আৰু ভালেৰে থাকিব পৰা হ'ম।