সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 10 ] একো পোৱা নাযায়, তেতিয়া তাক পেলাই দিবহে লাগে । সনাতন ঃিন্দু-ধৰ্ম্ম দানীন্তন ধৰ্ম্মপেক্ষায় কোনো প্ৰকাৰে নিকৃষ্ট নহয় । শেষ। হায় । সেই ধৰ্ম্মক আমি অতল জলধিজল ত ডুবাই দিব ওলাইছো । যি ধৰ্ম্মৰ ৰক্ষাৰ নিমিত্তে আমাৰ পূৰ্ব্ব পুৰুষগণ প্ৰাণ পৰ্য্যন্ত নির্জ্জন কৰিব ওলাইছি + । আমালোকে আজি সেই পূৰ্বৰ পুৰুষসকলৰ বংশধৰ হৈয়ো তেওঁলোকৰ ধৰ্ম্মত আস্থা নাৰাখি এই কলি যুগতে কিছুমান মহাত্মা পুৰুষে ধৰ্ম্ম ৰহিত নামুহৰ নিমিত্তে ড৷িযোৱা ধৰ্ম্মবি-কে মতি গতি সমপ আৰু সৰ্ববদেশ প্রচলিত সর্ববধর্মীর সন্মানিত সীমাগী ভাত উক্ত করা “স্বধৰ্ম্মে নিধন শ্রেয়ঃ পৰধৰ্ম্মে। ভয়াবহঃ” এই মহোপদেশক উপেক্ষা কৰিব ধৰিছো ৷ আজি পৃথিবীত এনে এটা সভ্যভাষা, নাই, যি ভাষাত গীতাৰ অনুবাদ বা সমালোচনা নাই । গীতাৱ উপদেশবোৰ অত্যাদৰণীয় বুলি আজি সকলো মুসভ্য সুধীবৃদে মুক্তকণ্ঠে স্বীকাৰ কৰে । ধিক্ ধিক্ শত ধিক্ আমালোকক আমা- লোকে কোকিলক আদৰ নকৰি কাৰক আদৰ কৰিবলৈ আগ্রঙ্ক দেখুৱাইছো । শুবণক এৰি কেমিকেল সোণক আদৰ কৰিব ধৰিছে। ধন্য পাশ্চাত্যশিক্ষা । ধন্য ধন্য বিধর্মী সহবাস !! ধন্য ধন্য বিষয়াভিলাষ ।। পাঠক মহোদয় ! মনৰ অসহ্য দুখৰ আবেগত উদ্দিষ্ট ভ্ৰান্তহৈ বহু দূৰলৈ গলোঁ, একো বেজাৰ নাপাব। সনাতন হিন্দু-ধর্মী হব লাগিলে কি কি আচৰণ কৰিব লাগে, আৰু সেই আচৰণৰ কি ফল, ইয়াকেই বাক্ত কৰাই এই প্ৰৱন্ধৰ উদ্দেশ্য ৷ তাক কৰলৈ যাই কান্দা-কটা কৰা নিতান্ত গর্হিত । এতেকে