[00] এতো ফ ঠিক তেনেকুৱা । সংসাৰত সুখকৰ ভাজনাদিৰ পূর্বের বস্তু সংগ্রহ, বন্ধন প্রভৃতি বহুত দুঃখকৰ কাযা দেখা যায় ৷ সেই কারণে করিয়ে কয় যে "নহি সুখং দুঃখে বিবন লভাবে" কিন্তু আম- লোকৰ হিন্দু-সম্মৰ তলে আৰম্ভণতে বহু দুখ, চিতাত যি সুখ পোবা যায়, সি প্রশ্ন মুখ। কাৰণ সেই ই14 শেষ নাই । নাৰদ, বাস, বা মাকি, দুর্নব না, শুকদেব, 1 "ষ্ঠ প্রভৃতি আমালোকৰ পূৰ্বৰ পুৰুষগণ হিন্দু ধর্ম্মত দীক্ষিত হৈ বহু সহস্ৰ ৰসৰ দুঃসহ দখ সহ্য কৰিছে পিছত পৰমানন্দ লাভ কৰিছিল। তিন্দু ধৰ্ম্মৰ পৰা যে মনুষ্য জীবনৰ মুক্তি হয় ইয়াক স্বীকাৰ কৰিব লাগে । স সাৰত যিমানবিলাক ধৰ্ম্ম আছে, সি সকলোই দেনমূলক । সি হেতু বেদোক্ত এটা এটা উপদেশ। ভিত্তি কৰি প্ৰচলিক ৰছে হিন্দু ধৰ্ম্ম ইমান ডদ ৰ যে সকলে৷ ধৰ্ম্ম শেষ ত হিন্দু ধৰ্ম্মৰ ভিতৰত পৰেগে। গতিকে পদ্মফুল ব' নাৰিকল ফল আৰু কোৱাভাতুৰী বা বদৰা কৰিব লাগে । অর্থাৎ পদ্মফুল (বগুড়া) ফলৰ কথা বিবেচ আনিবলৈ গলে তাৰ নালাৰ কাঁটাৰ আচঁৰ খাব লাগে, সেই আচৰৰ বদনা সহ্য কৰি আ বাঢ়িলেহে পদ্মফুল পাব পৰি গাৰু তাৰ সৌৰভ উপভোগ কৰি- পাৰি। নাৰিকেলৰ বাকলীডোগৰ গুচাই ভাঙিব পাৰিলেহে তাক খাই সুখ-শান্তি পাব পাৰি। কোৱাভাতুৰীৰ চলে উপৰখন চাইছে সুখ লাভ কৰিব পাৰি, কিন্তু তাক ভাঙি পেলালে একে। মুখ জিনিষ পোৱা নাযায়, দুখছে লাগে। বগুডী ফলৰ উপৰখন খোৱা । কোনো কষ্ট নাই, সেইখিনি খালে তাৰ পিছত খাবৰ জিনিস 4 •
পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/৭
অৱয়ব