আচাৰ বিজ্ঞান ইমান পৰিষ্কাৰ পৰিচ্ছন্ন থকা স্বত্বেও যে ৰেমাৰ নু গুছেইয়ো এটা অন্যতম কাৰণ বুলিব পাৰি। কিছু সুখৰ বিষয় আগতকৈ এতিয়া চহৰৰ পায়খানাৰ বদোৱন্ত কিছু উন্নত হৈছে । কিন্তু আমাৰ শাস্ত্ৰাহু- যাযী সুবিধা এতিয়াও আমাৰ দেশত হোৱা নাই । তাতে মলাদি ঘৰৰ ওচৰত ৩18 মিনিটো নাথাকে, তেনে বান্দারস্ত নকৰালৈকে স্বাস্থ্যহানির আশঙ্কা হণ্ডছে । যমে কৈছে— কৃত্বা যাজ্ঞাপৰীতন্ত্ৰ পৃষ্ঠতঃ কণ্ঠ দ্বিতম্ । বিস্মত্রে চ গৃহী কুৰ্য্যাৎ যদ্বাকর্মে সমাহিতঃ ॥ গৃহী, এ হ্মণাদি বর্ণ ক্রয়ে যজ্ঞোপবীত (লগুণ) দক্ষিণ বাণত লৈ অথবা নালাৰ দৰে পিঠৰ ফালে জপাই আগটো পেলাই দি আন চিন্তা নকৰাকৈ বিপুত্র ত্যা। কৰিব। ইয়াৰ তাৎপৰ্য্য এই যে মলাদি ত্যাগ কৰিবৰ মনত মুত্ৰাদিৰ ছিটা পৰিব পাৰে সেই নিমিত্তে লগুণটো শৰীৰৰ উৰ্দ্ধ ভাগত ৰাখিব । এতিয়া কোন কোন জাগাত মল মুত্র ত্যাগ কৰিবলৈ মুনিসকলে নিষেধ কৰিছে, ভাবে আলোচনা কৰা যাওক । মহাভাৰতত লিখিছে - প্রত্যাদিত্যং প্রতিঞ্জল' প্রতিগাঞ্চ প্রতিদ্বিজম্ । মেহন্তি যে চ পথিষু তে ভবস্তি গতাযুষঃ ॥ অর্থ— আদিত্য, জল, গৰু ও মানুহৰ সম্মুখত আৰু বাটত যোনে মল-মূত্র ত্যাগ কৰে তাৰ আয়ু ক্ষয় হয। তাৎপৰ্য্যাথ এই যে স্বৰ্য্যৰ সম্মুখত অর্থাৎ স্বৰ্যাৰ ফালে মুখ দি ম্যাদি ভ্যাগ নিষেধ কৰাৰ কাৰণ পূৰ্ব্বে কোৱা হৈছে । কৰাৰ কাৰণ এই যে মলাদিৰ জলৰ সম্মুখত ( ওচৰত ) নিষেধ ৰস পানীত পৰেগৈ । সেইয়ে
পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/৪১
অৱয়ব