সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আচাৰ বিজ্ঞান' তাকে ডাকে কৈছে যে - পুৰে হাঁহ পশিমে বহি, - উত্তৰে গুৱা, দক্ষিণে ধুৱা । দিনমানক তিনি ভাগে বিভক্ত কৰি ক্ৰমে সেইবোৰৰ নাম পুর্ব্বাহ্ন, মধ্যাহ্ন ও অপৰা ৰাখি যমে কৈছে যে- - প্রতক্ষ্ম খণ্ড পূৰ্ব্বাচ্ছে অপৰাহ্নে প্ৰান্মুখঃ । a উদম্মুখস্ত মধ্যাহ্নে সায়াহ্নে দক্ষিণামুখঃ ॥ অৰ্থ — পুৰ্ব্বোক্ত কালৰ - লাগিলে পুৰ্ব্বাহত পমি মুখ, মুখ, বাতি দক্ষিণ মুখ হব । বাহিৰে মল মূত্ৰ পৰিত্যাগ কৰিব মধ্যাহ্নত উত্তৰ মুখ, অপৰাত পুৰ ইয়াৰ তাৎপৰ্য্য এই যে যেনেকৈ সূয্যৰ ৰশ্মি চকুত নপৰে, তেনেকৈ মলমুত্র ত্যাগ কৰিবলৈ বহিব, স্বযাৰ ফালে মুখ দি বহিলে দৃষ্টিশক্তি কমে তেতিযা আণত ওলোৱা কেতিয়াবা ভগানার জন্তু প্রভৃতিক নেদেখিবও পাৰে । আৰু শৰীৰ গৰম হোৱা বাবে অপান বায়ু উর্দ্ধগতি হয়। স্কুলইবাবে মলমূত্ৰ পৰিত্যাগ ঠিক মতে নহবও পাৰে । এই নিমিত্তে মনুৱে কৈছে— ছায়ায়ামন্ধকাৰে বা ৰাত্ৰাবহনি বা দ্বিজঃ । যথামুখমুখঃ কুর্ষ্যাৎ প্ৰাণবাধভয়েষু চ ॥ অর্থ—দিনতে হওক বা বাতিতে হওক ছাযাত অন্ধকাৰত অথবা সণ্য স্থলত যি মুখে সুবিধা হয় সেই মুখীয়া হৈ মলমুত্র ত্যাগ কৰিব । ৰাতি দক্ষিণ মুখ হব দিয়াৰ উদ্দেশ্য বিশুদ্ধ বায়ু সেবন । পাঠক ি এইবোৰ নিযম প্রতিপালন কৰাৰ সুবিধ। চহৰব বাহিৰত হে পোৱা যায় ৷ আৰু তেনে কৰা প্ৰথাও আছে। চহৰত