সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আতাৰ বিজ্ঞান কিঞ্চি-ছুটীৰয়ে‍ ”। অর্থাৎ তাত (মল মুত্র ত্যাগ কর। ঠাইত) বেছি সময় নাথাকিৰ, আৰু একো কথাকে নকব । এই উদ্দেশ্য লৈ পূর্ব্বোক্ত অঙ্গিবাৰ ৰচনত শুদ্ধ ( দুর্গন্ধাদি দোষ শূণ্য) জাগাত মল'দি ত্যাগ কৰিবৰ উপদেশ দিছে । আপস্তধ মুনিষে কৈছে যে 'মুত্ৰপুৰীৰে কুৰ্য্যাদক্ষিণাং দিশং দক্ষিণাপনাখা ” । অর্থাৎ ঘন 66 বস্তিৰ দক্ষিণ ফালে বা নৈঋত ( লক্ষণ পশ্চিম কোণৰ ) ফালে মা "' মূত্র ত্যাগ কৰিব । বিষ্ণু পুরাণত কৈছে যে নৈঋ ত্যামিস্ত বিক্ষেপ মতীভ্যাভ্যধিক: ভুবঃ।” অর্থাৎ নৈন্মত কোণৰ ফালে ইয়ু প্রক্ষে- পয়োগ্যদেশৰ বাহিৰত মল ত্যাগ কৰিব । পিতামহে কৈছে যে মধামেন ত্ব চাপেন প্রক্ষিপেত্ত শৰত্ৰয়ম্ হস্তানা ত্ত্ব "ভে সার্দ্ধে লক্ষ করা বিচক্ষণঃ ॥ - অৰ্থাৎ—থকা ঠাইৰ পৰা দেড়শ হাতত পৰিমিত জাগাভ লক্ষ্য ৰাখি মধ্যম ধহুৰে তিনিপাত শৰ প্ৰক্ষেপ কৰিব । ইয়াৰ পৰা শৰ প্ৰক্ষেপ যোগ্য দেশ যে দেড়শ হাত ইয়াকে বুজাইছে ! এই- বিলাকৰ তাৎপৰ্য্যার্থ এই যে-দক্ষিণ ফালৰ বতাহটো স্বাস্থ্যকর, সেই ফালে দেড়শ হাত পৰিমিত জাগা অতিক্ৰম কৰি যোৱাত সুন্দৰ পবিত্র বায়ু সেবন কৰা হয়। আৰু ইমান দুৰত মল ভাগ কৰিলে তাৰপৰা দুৰ্গন্ধ আহি থকা ঠাই ঢুকি নাপায় । কাৰণ মাজতে শি ভাল বতাহ আছে, সেই বতাহৰ সংস্ৰবত মলৰ গন্ধ বতাহটো শোধিত হৈ আহিলে একো অপকাৰ কৰিব নোৱাৰে । ঘৰৰ দক্ষিণ ফালৰ বতাহটো হিতকৰ বাবে যে সেই ফালটো মুকলি কৰি ৰাখিব লাগে