সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আচাৰ তত্ত্ব প্ৰাতঃ কৰ্ত্তাৰ পিচত অজিৰা মুনিযে কৈছে যে উত্থায় পশ্চিমে ৰাজস্তুত আচমা চোদ কম । অন্তৰ্দ্ধায় তৃণেভূমিং শিৰঃ ঘাবৃত্ত্য বাসসা ॥ বাচং নিষম্য যত্নেন ষ্ঠীবনোচ্ছ্বাস বঞ্চিতঃ কুৰ্য্যান্স এপুৰীষেতু শুচৌ দেশে সমাহিতঃ ॥ 1 অর্থ-ৰাতি পুৱাই উঠি মুখ চকু ধুই মূৰত কাপোৰ বান্ধি ত্যাগ কৰিব । তেতিযা কথা আৰু উশাহ নলব। পাঠক 1, দেহ ৰক্ষাৰ উপযোগী কাৰ্য গাটিভ তৃণাদি পাৰি লৈ মল মূত্র নকৰ। অতি যতনেৰে ওঁ নেপেলাব ইণ্ডি পুৰ্ব্বে কোৱা হৈছে যে আমাৰ কলাপৰ যি যি উপযুক্ত সময় তাক বিবেচনা কৰি ঋষি সকলে শাস্ত্ৰত লিখি থৈ গৈছে । এতিয়া এই ৰচনত প্ৰাতঃ তাৰ পিচত অৰ্থাৎ দুৰ্য্যোদয়ৰ পূৰ্ব্বতে মল মুত্র ত্যাগৰ কাল নিৰূপণ কৰিছে । মল মূত্র ত্যাগৰ ও তাৰ কালৰ বিষষনো কি যুক্তি পোৱা যায অৰে অলপ আলোচনা কৰা যাওক । অ'হাযা বস্তুৰ পৰিহা কঠিন ভাগেই মল । পৰিহাৰ্য্য ৰস ভাগেই মুত্র । তাৰে এই দুৰিধ বস্তুৰ কিছুমান দেহৰক্ষাৰ উপযোগী, তদভিনিতবোৰ শৰীৰৰ অপকাৰী । সেই নিমিত্তে প্রাতঃ কত্যত উক্ত কৰা দে-