সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

$15 আচাৰ বিজ্ঞান অদ্বৈতৰোধ সাধক ভক্তিযোগ আলোচনা কৰি নিষ্কাম কৰ্ম্ম কৰিবৰ প্রতিজ্ঞা কৰিব । অনন্তৰ “পুণ্যশ্লোকে। নগোৰাজা” ইত্যাদি মন্ত্র পাঠ কৰি আদৰ্শ পুৰুষ মানিবলৈ "সমুদ্ৰ মেখেলেদেবী” ইত্যাদি মন্ত্ৰেৰে সৰ্ব্বাধাৰ স্বৰূপ৷ পৰমোপকাৰিণী পৃথিবী দেৰীৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰি তেওঁৰ ওচৰত অপৰিহাৰ্য্য দোষ কৰাৰ বাবে ক্ষমা প্রার্থনাৰে সৈতে নমস্কাৰ কৰি সাবধান হৈ যিখন গুৰি ৰেচি চলে সেই ভৰিখন মাটিত দিব । এতদনন্তৰ ঘৰৰ পৰা বাহিৰলৈ আহি সত্ত্বগুণ বৰ্দ্ধক “শ্রোত্রিয়ং সুভগামরিং” এই বচনোক্ত বেদজ্ঞাদিক চাব তমোগুণ বর্দ্ধক "পাপিষ্ঠ দুর্ভগাংমাং” এই বচনোক্ত পাপিষ্ঠা- দিক নেচাৰ । ইত্যাচাৰবিজ্ঞানে প্রাতঃকৃত্য প্ৰকৰণম্ ।