সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আচাৰ বিজ্ঞান 38 নে নহয় সদেহ। গতিকে পুৰ্ব্ব প্রদর্শিত উদ্দেশ্বৰ কণা মাত্রও প্রতি দিনে লাভ কৰিব পাৰিলেও পৰম মছল। এই ভাৰসকল শ্রীমদ্ভাগৱত গীতাত উক্ত কৰা অভ্যাস যোগক আশ্রয় কৰিলেহে কথঞ্চিত উদিও হব পাৰে। বোধকৰো জগতত এনে কোনো মানুহ নাই যোনে এবাৰ মাথোন দর্শন শ্রবণ বা অধায়ন কৰিলেই সেই ভাববিলাক সম্পূর্ণ আয়ত্ত কৰিব পাৰে। কাজেই ইমান জটিল আধ্যাত্মিক ভাৰত অধিকাৰ অভ্যাস যোগৰ অৱলম্বন নোলোৱাকৈ কোনো মতে হৰ নোৱাৰে । সেই নিমিত্তে দূৰদৰ্শী ঋষি সকলে নিতৌ পুৰ্ব্বোক্ত কাৰ্য্যাৱষ্ঠান কৰিবলৈ উপদেশ দিছে । উপসংহাৰ ব্ৰাহ্মমুহূৰ্ত্তত নিদ্ৰাৰ পৰা জাগি দৈনন্দিন কৰ্ত্তব্য ধৰ্ম্ম, অর্ণ, কাম এই ত্রিবিধ নিৰ্দ্ধাৰণ কৰিব । পিচন্ত "ব্ৰহ্মামুৰাৰি ত্ৰিপুৰান্তকাৰী ইত্যাদি মগ্ন পাঠ কৰি পৰমেশ্বৰৰ অসীম ক্ষমতাৰ ফল স্বৰূপ বিশ্ব- ৰূপৰ কথা আলোচনা বিশ্বৰ নশ্বৰত্বৰ বোধ, অত্মোন্নতিৰ অৰ্থে আৱশ্বৰীয় বস্তুৰ প্ৰাৰ্থনা, আত্মোন্নতিৰ প্ৰতিকূল বস্তু খণ্ডনৰ প্ৰাৰ্থনা মন ও শৰীৰক বলৱান কৰিব । তাৰ পিচত “প্ৰাতঃশিৰসি শুক্লাজ” ইত্যাদি মন্ত্ৰৰ দ্বাৰা নৰকপী গুৰুদেৱক আদর্শ স্থানীয় কৰিবলৈ “নমস্তে গুৰৰে ৰ্ম্মৈ” এই মন্ত্ৰৰ দ্বাৰা দ্বৈত জ্ঞানৰ আলোচনা কৰিৰ । অনন্তৰ অহং দেবো নচাক্টোঽম্মি ” এই মন্ত্ৰেৰে অদ্বৈত বোধ বিষয়ক ভাবনা কৰি " লোকেশ চৈতন্যময়াধিদেব ” ইত্যাদি মন্ত্ৰেৰে 66 "