সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

>8 আচাৰ বিজ্ঞান সাত্বিক আৰু পৰিত্ৰ নিম্নলিখিত বস্তু কেইবিধ দেখিবৰ কথা কৈছে । যথा--- শ্রোত্রিয়ং সুভগামগ্নিং গাঞ্চৈবাগ্নি চতিদ্বথা । প্রাতকথার যঃ পত্যেদাপত্তাঃ স বিমুচ্যতে ॥ অর্থ— বেদজ্ঞ, গভী, অগ্নি, দেখা মানুহক আপদে নেপাই । উপকাৰী সাত্বিক ও পৰিত্ৰ বস্তু । গৌ, সাগ্নিক ব্ৰাহ্মণক ৰাতিপুৱাই অর্থাৎ এইবিলাক জগত্তৰ পৰম এইবিলাকক দেখি তেওঁ বিলাকৰ পৰে হবলৈ ইচ্ছা ও যত্ন কৰিব লাগে । তেনে কৰিলে তেনেকুৱা মাহুত্বক বিপদে সহজে স্পৰ্শ কৰিব নোৱাৰে । আৰু কৰিলেও ৰেচি দিন ডিষ্ঠিব নোৱাৰে এই ভাৰখিনি পৰোক্ত শ্লোকৰ অৰ্থৰ ফালে লক্ষ্য কৰিলে অনায়াসে বুজিব পৰা যায় । যথা— পাপিষ্ঠং দুর্ভগাং মাং নগ্নমৎকৃত্তনাসিকং । প্রাতকথায় যঃ পক্ষ্যেত্তৎ কলেকপলক্ষণম্ ॥ অর্থ— ৰাতিপুৱাই উঠি যোনে অত্যন্ত পাপী, অসতী, মদহী লেঙটা, (নিল্ল জ্ব) নাক কটা (অতিশয় পাপ কৰাৰ কাৰণে) মানুহক দেখে তাক কলিয়ে (পাপে) আগুৰি ধৰে ৷ ইয়াৰ ভাবাৰ্থ এইযে ৰাতিপুৱাই উঠিয়েই তমোগুণ সম্পন্ন উক্ত পাপীষ্ঠ প্রভৃতিক দেখিলে সিহতৰ বেয়া গুণৰ (গোসৰ ) ফালে মন যাব আৰু সেয়েই হলে পাপ চনৰ নিতান্ত সম্ভাৱনা। পূর্ব্বোক্ত কাৰ্য্য কলাপ এদিন কৰিলে নহয় নে ? এতিয়া পাঠকৰ প্ৰশ্ন উঠিৰ পাৰে যে সদায়নো কিয় কৰিব লাগে ? ইয়াতে কৰ পাৰি যে পূর্ব্বোক্ত কার্যা-কলাপ এদিন কিয়, এক জীৱন এক জীৱন কিয়, সহস্র সহস্ৰ জীৱনতো সিদ্ধ হয়