সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আচাৰ বিজ্ঞান । ইয়াৰ পূৰ্ণ সুরোধ গতিকে অনুবাদ দিয়া মহাপুৰুষ ও সতীবিলাকৰ নাম স্মৰণ কৰাৰ তাৎপৰ্য্য এই যে সংসাৰৰ কাৰ্য্য কৰাৰ আগেয়ে সিবিলাকৰ চৰিত্ৰৰ কথা মনত্তে আলোচনা কৰিব । আৰু সিবিলাকে যেনেকৈ নিয়ত কষ্ট কৰি ও কৰ্ত্তব্য পথৰ পৰ অলপো এই নোহোৱাকৈ অভ্রান্ত চিত্তে কৰ্ত্তব্যৰ অনুসৰণ কৰি জগতত আদর্শ হৈছে আজি ময়ো সেই ভাৰে কাৰ্য্য কৰিম । তাৰ পিচত-- 66 সমুদ্রমেখলে! দেবি । পর্বতস্তন মণ্ডলে। বিঞ্চোঃপত্নি! নমস্তুভ্যং পাদস্পর্শং ক্ষমশ্বমে ॥ ” এই মন্ত্ৰ উচ্চাৰণ কৰি সৰ্ব্বাধাৰ স্বৰূপা পৃথিবীৰ (তদধিষ্ঠাত্রী দেবীৰ) ওচৰত কৰ্ম্ম প্ৰাৰ্থনা কৰি “প্রিয়দত্তায়ৈ ডুবে নমঃ”"। এই মন্ত্ৰেৰে সেৱা কৰি প্ৰথমে দক্ষিণ ভৰি মাটিত দিব । ইয়াৰ দ্বাৰা এই খুজাইছে য়ে উপকাৰীৰ ওচৰত মাহুহে কতজ্ঞতা প্রকাশ কৰি তেওঁৰ ওচৰত সদায় অৱনত মস্তকহৈ থাকিব লাগে। বাম জতকৈ দক্ষিণ অৱক বেছিকৈ খটোৱাৰ কাৰণে বামাঙ্গভকৈ দক্ষিণাঙ্গক কাৰ্যক্ষম দেখা যায়। গতিকে নিদ্ৰাৱস্থাত গমন নথকা প্রযুক্ত অৱণ হোৱাই খাট পালঙ্, প্রভৃতি উচ্চ স্থানৰ পৰা নানোতে প্রধান আনভবিন মাটিত দি নমাও পড়িব আশঙ্কা কন, সেইকারণে প্রথমে জাগভি মাটিত দিবৰ কথা কৈছে। যাৰ ৰামপাদ ৰেচি কার্যক্ষম, তেওঁ বাম ভৰিখনকে আগেয়ে মাটিত দিব। ভাত একো দোষ নহৰ । কেবন নমতি সাবধান হৰ দিছে । ইয়াৰ পিচত ঘৰৰপৰা বাহিৰলৈ আহি