সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আচাৰ বিজ্ঞান' কাৰ্য্য আমি কৰে। তাৰ ভাল বেৱা ফল আমি কি ভুগিয় ? আমাক লাগে বুলি আমাৰ ইচ্ছামতো কৰা নাই ৷ যাৰ ছকুন মতে নিমিত্তে কাৰ্য্য কৰা হৈছে তেওঁ তাৰ ফল পায় পাওক, নেপায় নেপাওক আমাৰ তাত লাভ লোকচান কিয় হব ? এইখিনি ভাষ পাবৰ নিমিত্তে পূৰ্ব্বোক্ত শ্লোক ঘয় পাঠ কৰিব দিছে। শান্তিময় নিদ্রাদেবীৰ কোলাৰ পৰা উঠি বিষয় সৰ্প ধৰাৰ আগেয়ে মন্ত্ৰস্বৰূপ পূৰ্ব্ব কথিত শ্লোককেইটা আগ্ৰহেৰে পাঠ কৰি পুৰ্ব্ব প্ৰদৰ্শিত অঙি প্রায় হৃদয়ত ৰাখিলে পাপ কাৰ্য কৰিবলৈ মানব কদাপি অগ্ৰসৰ হৰ নোৱাৰে । ভেভিয়া সেই ভাবে তেওঁ যি কাৰ্য্য কৰে সি মুগ্ধ সাপৰ নিচিনা একো অনিষ্ট কৰিব নোৱাৰে। ইয়াৰ পিচত্তে ইচ্ছা- শক্তি ও ক্রিয়াশক্তি প্রবন্ধ কৰিবৰ নিমিত্তে পুৰাণ-শাস্ত্ৰ বৰ্ণিত জগতৰ আদর্শ মহাপুৰুষ ও সতী তিৰোতাবিলাকক পুৰুষ গ্ৰীভেদ স্মৰণ কৰিবৰ কথা কৈছে। যথা—মহাভাৰতে । পুণ্যশ্লোকে। নলোৰাজা পুণ্যশ্লোক জনার্দনঃ । পুণ্যশ্লোকা চ বৈদেহী পুণ্যশ্লোকে৷ যুধিষ্ঠিৰঃ ॥ অহল্যা দ্রৌপদী কুরী তাৰা মন্দোদৰী যথা । পঞ্চকন্যাঃ স্মৰেন্নিত্যং মহাপাতক নাশনম্ ॥ কাৰ্ত্তবীয্যাৰ্জ্জুনো নাম ৰাজাৰাহু সহস্ৰভূ‍ । যেন সাগৰ পৰ্য্যন্ত৷ ধনুষা নিৰ্ম্মিতা মহী ॥ যোহন্য সঙ্কীৰ্ত্তয়েল্লাম কল্যমুগার মানব: 1 ন তঞ্চ বিত্তনাশঃ স্যান্নষ্টঞ্চ লভতে পুনঃ